ৱিকিপেদিয়া:কৰিব পৰা কাম
From Wikipedia
অসমীয়া ৱিকিপেদিয়াত আপোনাৰ প্রয়োজন।
১. আপুনি ইয়াত নতুন প্রবন্ধ লিখিব পাৰে।
নতুন প্ৰৱন্ধ লিখিবৰ বাবে
২.ইংৰাজীত থকা প্রভন্ধক অনুবাদ্ কৰিব পাৰে।
৩. পোখালি মাত্র প্রবন্ধক বিস্তাৰ কৰিব পাৰে।
প্রকল্প:
১. অসমৰ এখন এখন জিলাৰ কাৰণে এটা পৃষ্ঠা খোলা হৈছে৷ আপুনি বিস্তাৰ কৰক
আৰু উত্সাহিত মানুহে তলত থকা অত্যন্ত দৰকাৰি কাম খিনি কৰিব পাৰে: