User:Priyankoo
From Wikipedia
প্ৰিয়ঙ্কু শৰ্মা
মই বৰ্ত্তমান ফ্লৰিডা বিশ্ববিদ্যালয়ৰ ভাষাতত্ব বিভাগৰ গবেষক ছাত্ৰ। অসমীয়া ভাষাত ইন্টাৰনেটত ৰাজহুৱা সমল উপলব্ধ কৰিব পৰা বিভিন্ন আঁচনিত ভাগ লৈ মই ভাল পাওঁ। চিট্ঠা বিশ্ব/নাল পইন্টাৰ আদি ভাৰতীয় ব্লগাৰ ৱেবছাইটৰ মতে মই প্ৰথম অসমীয়া ব্লগ লিখোঁতা। শব্দ নামৰ অসমীয়া অভিধানৰ ৱেবছাইটটোত মই ওতঃপ্ৰোতঃভাৱে জড়িত। মই সঘনাই আপডেইট্ কৰি থকা মোৰ ৱেবছাইট/ব্লগ কেইটা হ'লঃ
১. মোৰ ফ্লৰিডা বিশ্ববিদ্যালযৰ ৱেবছাইট
২. বিহু ডট্ ইনৰ ব্লগঃ অথ প্ৰিয়ংকু কথা
৩. মই তোলা ফ'টোঃ ফ্লিকাৰ এলবাম