বড়ো ভাষা
From Wikipedia
[edit] প্রস্তাৱনা
বড়ো ভাষা | |
---|---|
বোলের স্থান | ভারত, |
ক্ষেত্র | অসম |
মাতৃভাশী | ১.২ মিলিযন |
ভাশা পরিবার ভাশা বর্গিকরণ |
ভারোপেলী ভাশা ভারতো-ইরানী |
ভাশা কোড | |
ISO 639-1 | ?? |
বড়ো ভাষা বড়ো জনগোষ্ঠীৰ মাতৃভাষা| বড়ো ভাষভাষী লোক অসমৰ উপৰিও নেপাল, ভূটান আৰু বাংলাদেশ পৰ্য্যন্ত ব্যাপ্ত বুলি জনা যায়| বড়ো এটা তিব্বতো-বৰ্ম্মীয় পৰিয়ালৰ ভাষা আৰু উত্তৰ-পূৰ্ব্বাঞ্চলৰ সকলো তিব্বতো-বৰ্ম্মীয় ভাষাৰ ভিতৰত এই ভাষা কওঁতাৰ সংখ্যা বেছি| ১৯৯১ চনৰ তথ্যমতে ভাৰতত বড়ো ভাষা কোৱা লোকৰ জনসংখ্যা হ'ল ১২,২১,৮৮১ জন|
[edit] দ্ৰষ্টব্য
ৱ্ৱ্ৱ্.ম্নলম্ফৰিদ্.চোম্ অসমৰ ভাষা আৰু লিপি